Surprise Me!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্থানত মাতৃৰ আনন্দ প্ৰকাশ, চাওক ভিডিঅ’

2019-05-23 1,205 Dailymotion

বিজেপিৰ উত্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে আনন্দ প্ৰকাশ কৰিলে। তেওঁ ঘৰৰ বাহিৰলৈ ওলাই আহি মিডিয়াৰ ওচৰত নিজৰ আনন্দ প্ৰকাশ কৰে।