Surprise Me!

হিমন্তৰ কনভয়ৰ খুন্দাত ২ যুৱক নিহত হোৱাৰ অভিযোগ, উত্তেজিত জনতা

2019-08-15 4 Dailymotion

বিশ্বনাথৰ বাঘমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী।