অহা ৭ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম গুৱাহাটী এছিয়ান চলচ্চিত্র মহোৎসৱ’ (GAFF) ৷ মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব এই চলচ্চিত্ৰ মহোৎসৱ ৷