ডিব্ৰুগড়ৰ বেতনী নাহৰপুখুৰী গাঁৱৰ ব্য়তিক্ৰমী তেল ডিপো । য'ত চাদৰ-মেখেলা পৰিহিত এদল অসমীয়া যুৱতীয়ে দেখুৱাইছে কৰ্মসংস্কৃতি ।