ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বাকৰিত সাতবিহুত কঁকাল ভাঙি নাচিলে প্ৰায় ৯০ বছৰীয়া আইতাই । মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বিহু অন্তৰ্ভুক্ত হোৱাৰ ইংগিত ।