ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ৰাজ্যৰ দ্বিতীয় ৰাজধানী । নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ডিব্ৰুগড় পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ ।