২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনতে মহানগৰীৰ গুৱাহাটী ক্লাবৰ চাৰিআলিত প্ৰতিষ্ঠা কৰা হৈছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সু-উচ্চ এই প্ৰতিমূৰ্তি ।