Surprise Me!

স্মাৰ্ট চিটী নহয় যেন সাগৰহে.... পানীত উটিল গুৱাহাটী, বতাহত উৰিল চৰকাৰৰ অহংকাৰ

2025-05-20 14 Dailymotion

ফুটুকাৰ ফেনতহে পৰিণত প্ৰতিখন চৰকাৰৰ প্ৰতিশ্ৰুতি ! কৃত্রিম বানৰ কৱলত মহানগৰী ৷ জেঠমহীয়া বৰষুণজাকত বুৰ গ’ল তথাকথিত স্মাৰ্ট চিটি ৷