Surprise Me!

'নামি আহক... এয়া বানপানী নহয় !' ৰাইজে মাতিলে ঠিকেই পিছে সাংসদহে পানীত নানামিল

2025-05-31 41 Dailymotion

বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈ মহানগৰীত ৰাইজৰ ৰোষত পৰিল সাংসদ বিজুলী কলিতা মেধি । ৰুক্মিণীগাঁৱত তীব্ৰ ককৰ্থনাৰ সন্মুখীন ।