Surprise Me!

এতিয়া গৰুখুটি প্ৰকল্পৰ ভূমিত নাই এজনো বেদখলকাৰী

2025-06-20 3 Dailymotion

৪ বছৰৰ অন্তত সম্পূৰ্ণ বেদখলমুক্ত হ'ল ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্প । বেদখলকাৰীক স্থানান্তৰৰ প্ৰক্ৰিয়া সমাপ্ত কৰিলে প্ৰশাসনে ।