Surprise Me!

চৰম অৱহেলা ! ১৫ বছৰেই মুকলি নহ'ল উপ-পশু চিকিৎসা কেন্দ্ৰ

2025-06-21 1 Dailymotion

ব্যৱহাৰৰ পূৰ্বেই ভূত বাংলাত পৰিণত উপ-পশু চিকিৎসা কেন্দ্ৰ । দীৰ্ঘদিনেই নাই চিকিৎসক । হাহাকাৰ পশুপালকৰ ।