গীৰ গাইক লৈ এতিয়া ৰাজ্যত সৰৱ চৰ্চা । মন্ত্ৰী জয়ন্ত মল্লবৰুৱালৈ প্ৰশ্ন উত্থাপন কৰি তথ্য দাঙি ধৰিলে আৰ টি আই কৰ্মী দিলীপ নাথে ।