এহেজাৰ সামৰিক-অৰ্ধসামৰিক বাহিনীৰে নলবাৰীৰ মুকালমুৱাৰ বাকৰিকুছিত ৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড'জাৰ । কাহিলিপুৱাতে নলবাৰী প্ৰশাসনৰ উচ্ছেদ অভিযান ।