Surprise Me!

GMCH ত অগ্নিকাণ্ড, ৰোগীৰ মাজত লাগিল হাহাকাৰ

2025-07-08 11 Dailymotion

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড । অৰ্থ’পেডিক বিভাগৰ এটা কোঠাত লাগিল জুই ।