পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে সম্পন্ন হয় বিবাহ । কন্যাক দিয়া হৈছে আ-অলংকাৰ,ফাৰ্নিচাৰ । এখন বিয়াক লৈ উদুলি-মুদুলি এটা অঞ্চলৰ ৰাইজ ।