তেজপুৰত আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানী শক্তিৰ উত্তাল প্ৰতিবাদ । দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্থাপন কৰিলে কেইবাটাও দাবী ।