সংবাদ মাধ্যমৰ সন্মুখত দিয়া বক্তব্যত পৰিলক্ষি হয় যে দুৰ্ঘটনাক লৈ মুঠেই অনুতপ্ত নহয় অভিনেত্ৰী নন্দিনী কাশ্যপ । ৮ ঘণ্টা সোধা-পোছা দিছপুৰ আৰক্ষীৰ ।