Surprise Me!

শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান, উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতি: আই জি পি অখিলেশ কুমাৰ সিং

2025-07-29 4 Dailymotion

ৰেংমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰৰ পৰাই মঙলবাৰে পুৱা আৰম্ভ হৈছে উচ্ছেদৰ কাৰ্যসূচী ৷