Surprise Me!

দুই অসমীয়া যুৱকৰ কৃতিত্ব: এটি এপৰ জৰিয়তে সহজ হৈ পৰিল ৰক্তদাতা বিচৰাটো

2025-07-29 57 Dailymotion

এতিয়াৰে পৰা ৰোগীক তেজৰ প্ৰয়োজন হ'লে তেজ বিচাৰি হাহাথুৰি খাব নালাগে পৰিয়ালৰ লোকে কিয়নো দুই অসমীয়া যুৱকে বিচাৰি উলিয়াইছে এই সমস্যাৰ সমাধান ৷