অসমত ৰকেট গতিত বৃদ্ধি হৈছে আদানিৰ ব্যৱসায় ৷ আদানিৰ এৰ’চিটিৰ বাবে বিমানবন্দৰৰ সমীপৰ গাঁৱত ভূমি অধিগ্ৰহণ ব্যৱস্থা বাতিলৰ বাবে চৰকাৰলৈ ৰাইজৰ দলৰ আহ্বান ।