লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতক সমপৰ্যায়ৰ ভূমি আন ঠাইত দিবলৈ মুখ্য সচিবক দাবী অখিল গগৈৰ । লগতে, চাপৰৰ উচ্ছেদিতৰ বাবে ৫০০ বিঘা ভূমিৰ ব্যৱস্থা কৰিবলৈ দাবী ।