২০২১ চনত অনুৰূপ 'হিট এণ্ড ৰাণ'ৰ ঘটনা সংঘটিত হৈছিল । মডেল ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত হৈছিল নলবাৰীৰ ৮ শ্ৰমিক । নিহত হৈছিল এজন ৷