গেষ্ট্ৰাইটিছ মানে কি, গেছষ্ট্ৰাইটিচৰ প্ৰধান লক্ষণসমূহ কি কি, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ গেছৰ টেবলেট খোৱাটো উচিত নে ? এই সন্দৰ্ভত জনালে গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অন্তৰা সেনে-