Surprise Me!

দুবছৰৰ ভিতৰত এক মিলিয়ন গছপুলি ৰোপণ, কোন এইগৰাকী বিশেষ যুৱতী

2025-08-01 7 Dailymotion

ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি সেউজীয়া কৰাৰ লক্ষ্যৰে দুবছৰৰ ভিতৰত ৰোপণ কৰিলে এক মিলিয়ন গছ । পৃথিৱীখন সেউজীয়া কৰাৰ লক্ষ্যৰে অবিৰত যাত্ৰাত এগৰাকী যুৱতী ।