Surprise Me!

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: খোল খাবনে ৰঙাফিটা ? মুখ্যমন্ত্ৰীয়ে দিলে কিহৰ ইংগিত !

2025-08-01 10 Dailymotion

পালেহি ২০২৬ ৰ নিৰ্বাচন ৷ লৰচৰ হ’ব অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দিছপুৰত পৰি থকা ফাইল । মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা ।