ঘোষণা হ’ল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । 'ৰঙাটাপু ১৯৮২' লৈ শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ সন্মান । উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক বঁটা ।