Surprise Me!

অগপ কৰ্মীৰ মাজত দেখা দিয়া অসন্তুষ্টিক প্ৰকৃততে কি বুলি গণ্য কৰে ! শুনক সভাপতি অতুল বৰাৰ মুখেৰে

2025-08-02 3 Dailymotion

"আপোনালোকে যাক বিদ্ৰোহ বুলি কৈছে মই তাক জাগৰণ বুলি কৈছো" - সম্প্ৰতি ঠাইবিশেষে দলীয় কৰ্মীৰ মাজত দেখা দিয়া ক্ষোভৰ জুইক লৈ এই মন্তব্য সভাপতিৰ