বিশেষ ধৰণে গুলপীয়া চাহ প্ৰস্তুত কৰি ব্যাপক চৰ্চাত দ্বীপেন গগৈ । গ্ৰীণ টীৰ সৈতে ড্ৰেগন ফলৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা এই চাহৰ আছে কেইবাটাও গুণ ।