Surprise Me!

উচ্ছেদৰ জাননীক লৈ শংকিত বেদখলকাৰী: চিপিআইএমৰ প্ৰতিবাদ

2025-08-02 11 Dailymotion

চৰকাৰী ভূমি খালী কৰিবলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰাৰ পিচতেই হাহাকাৰ । শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ দিশে শতাধিক ছাত্ৰ-ছাত্ৰী ।