আজি বন্ধুত্ব দিৱস । আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বজুৰি পালন কৰা হয় বন্ধুত্ব দিৱস । নিজৰ বন্ধুজন কেনে হোৱাটো বিচাৰে অভিনেত্ৰী আশা বৰদলৈয়ে ?