গণপ্ৰহাৰত গুৰুতৰভাৱে আহত ডিকম আৰক্ষী চকীৰ IC নৱজ্যোতি বৰাসহ ৫ জনকৈ আৰক্ষী । গণপ্ৰহাৰত জড়িত ৩ জনক আটক ।