২০১৪ চনত বিবাহপাশত আবদ্ধ হৈ অসমলৈ আহি তাঁতশালৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাগৰাকী ।