বাখোৰমা হাডিং হৈছে পৰ্যটকসকলৰ বাবে এক অতি আকর্ষণীয় স্থান । এই ঠাইৰ পৰা হাফলং, মাহুৰ আৰু মাইবঙৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি ।