মৰাণত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল । দুৰ্নীতি নিবাৰক শাখাই নগদ ধনৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল হীৰেন নাথক ।