হত্যাকাৰীক লগত লৈ বৰবৰুৱাৰ পাত্ৰ গাঁৱৰ নলাত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ বিচাৰি আৰক্ষীৰ অভিযান। উত্তম গগৈৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত বাৰবৰুৱা থানাত অৱস্থান লাহন গাঁৱৰ ৰাইজৰ।