Surprise Me!

পুনৰ উজ্জীৱিত হ‘ব ৮০ দশকৰ সেই আবেগ, ২১ নৱেম্বৰত আহক ছবিগৃহলৈ

2025-08-06 9 Dailymotion

'ককাদেউতা নাতি আৰু হাতী' পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকে উপভোগ কৰিব পাৰিব দৰ্শকে । ২১ নৱেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব 'ককাদেউতা নাতি আৰু হাতী-২'।