শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিধায়ক বিশ্বজিৎ ফুকনে মৰেল পুলিচিংকাণ্ডৰ ভুক্তভোগী কাণ্ডো সাহানীৰ স্বাস্থ্যৰ বুজ লয় ।