Surprise Me!

'ফেমিনা'ৰ বেটুপাতত উজলিল অসম সন্তান মেজৰ ডাঃ দ্বীপান্বিতা কলিতা

2025-08-09 5 Dailymotion

সেনা বাহিনীত বিশেষ পাৰদৰ্শিতাৰে অসমলৈ সন্মান বুটলিছে মেজৰ ডাঃ দ্বীপান্বিতা কলিতাই । 'ফেমিনা'ৰ বেটুপাতত স্থান লাভ ৰাজ্যৰ প্ৰথম মহিলা পেৰাট্ৰুপাৰগৰাকীৰ ।