বাবুলাল মৰাণ্ডীৰ এটা পোষ্টে ৰাজনৈতিক জগতত সৃষ্টি কৰিছে আলোড়ন ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন ৷