হাতী আৰু মানুৰ মাজত যেন আছে বহু আত্মিক সম্পৰ্ক । বিশ্ব হস্তী দিৱসৰ দিনা কাজিৰঙাৰ অন্যতম বয়োজ্যেষ্ঠ হস্তীনিৰ কথাৰে ইটিভি ভাৰতৰ এক প্ৰতিবেদন ।