পুৱাই নীপকোৱে খুলি দিলে ৰঙানদী প্ৰকল্পৰ গেট । ওফন্দি উঠিছে ৰঙানদী, লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ ।