কম খৰচত উন্নত কর্কট চিকিৎসাৰ শেষ আশাও নিৰ্বাপিত ! কৰ্কট ৰোগীৰ বাবে দুঃসংবাদ ৷ ব্যক্তিগত চিকিৎসালয়ৰ দৰেই ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীত ভৰিব লাগিব ধন ।