Surprise Me!

৬০ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে দেউতাই

2025-08-14 14 Dailymotion

সমাজখন ধুনীয়াকৈ ৰাখিবলৈ সাধ্যানুযায়ী যদি কোনোৱে কিবা কৰিছে সেয়া দেশপ্ৰেম ৷ তেনে দেশপ্ৰেমৰ চানেকি দাঙি ধৰিছে এগৰাকী ৮০ ৰ ঊৰ্ধৰ দৰ্জীয়ে ৷