Surprise Me!

কোমল চাউল-ভীমকল খাই ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া মুক্তিযোদ্ধাৰ পৰিয়ালৰে নাই ভূমিপট্টা

2025-08-15 4 Dailymotion

যোৰহাটৰ স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈৰ পৰিয়ালটোৱে ভূমিপট্টাৰ বাবে বহুবাৰ অৱগত কৰিলে যদিও আজিলৈ চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ।