গুৱাহাটীত নেছ'ৰ প্ৰতিবাদ ৷ অসমে ৪৬ বছৰ ধৰি কৈ অহা কথাটো প্ৰধানমন্ত্ৰীয়ে ১১ বছৰৰ পিছত উপলব্ধি কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য আছুৰ ।