বুলড'জাৰৰ হাতোৰা পৰিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি নিৰ্মাণ কৰা বাসগৃহত ৷ বেদখলকাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰা পাছতে উচ্ছেদৰ দাবী কৰিছিল ৰাইজে ৷