এগৰাকী সংবাদকৰ্মী তথা শিক্ষিত যুৱতীয়ে যোৰহাটত আৰম্ভ কৰিছে পদপথৰ সংগ্ৰাম । ফলৰ ৰস আৰু চালাড বিক্ৰী কৰি সমাজলৈ দিছে আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা ।