গোৱালপাৰাৰ ৰাক্ষসিনীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান । শতাধিক দোকানৰ লগতে ৫ খনকৈ বিদ্যালয়ত চলিল প্ৰশাসনৰ বুলড'জাৰ । আতংকিত অঞ্চলবাসী ৰাইজ ।