সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সংৰক্ষিত হৈ নথকা দুষ্প্ৰাপ্য গীতসমূহ প্ৰকাশ কৰিব অসম সাহিত্য সভাই । আছুতীয়া সাক্ষাৎকাৰত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ।