ভাদমহীয়া নামৰ প্ৰসাদ খাই মৰাণত শিশু-মহিলাসহ অৰ্ধশতাধিক লোকৰ বিষক্ৰিয়া ৷ নিশা চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্তৰ খবৰ ল'লে মন্ত্ৰী বিমল বড়াই ৷